polar bearpolar zone

polar region (English) [ IPA: ˈpoʊlər ˈriːdʒən ASM: প’লাৰ ৰিজন]
Contributed by: Biraj Kumar Kakati on 2008-11-20
1. (Material Noun-Neuter) The part of the Earth's surface forming a cap over a pole; characterized by frigid climate. পৃথিবীৰ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত শীতল অঞ্চল, এই অঞ্চলত বছৰৰ বাৰ মাহেই সূৰ্য্যৰ ৰশ্মি হেলনীয়াকৈ পৰে ।